23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গণিতৰ সূত্ৰ উদ্ভাৱনৰ কাৰণে বৰপেটাৰোডৰ হাইস্কুলৰ গণিত বিভাগৰ শিক্ষক তাপস কুমাৰ চৰকাৰলৈ ২০১৯-২০বর্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

    গণিতৰ সূত্ৰ উদ্ভাৱনৰ কাৰণে বৰপেটাৰোডৰ হাইস্কুলৰ গণিত বিভাগৰ শিক্ষক তাপস কুমাৰ চৰকাৰলৈ ২০১৯-২০বর্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান

    গণিতৰ সুত্ৰ উদ্ভাৱনৰ কাৰণে বৰপেটাৰোডৰ হাইস্কুলৰ গণিত বিভাগৰ শিক্ষক তাপস কুমাৰ চৰকাৰলৈ ২০১৯-২০বর্ষৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এন চি আৰ টিয়ে বৰপেটাৰোডৰ ছেন্ট যোছেফ’ছ হাইস্কুলৰ শিক্ষক তাপস কুমাৰ সৰকাৰলৈ এই সন্মান প্ৰদান কৰে।

    চৰকাৰক Finding out Square of any number arithmetically শীৰ্ষক গণিতৰ সূত্ৰ উদ্ভাৱন কৰাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে ৷

    গণিত শিক্ষাৰ প্রতি অনীহা থকা ছাত্র-ছাত্রীসকলক চৰকাৰে নিজৰ সৃজনীমূলক শিক্ষা প্রণালী মাধ্যমেৰে গণিতৰ শিক্ষা দি তেওঁলোকক গণিতৰ প্রতি আগ্রহ বঢ়াবলৈ সক্ষম হৈছে।

    গণিতৰ প্ৰতি আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে ইয়াৰ পূৰ্বেও তেখেতে ৰাজ্যিক আৰু জিলা পৰ্যায়ত কেবাবাৰো পুৰস্কাৰ পোৱাৰ লগতে সম্বৰ্দ্ধিত হৈছে ৷

    আৰু পঢ়ক : কৰ’ণাত আক্ৰান্ত হৈ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং