দেৱাল খহি থিতাতে নিহত ১৫, কেইবাজনো গুৰুতৰভাৱে আহত

আকস্মিক কৰুণ ঘটনাটোত সমগ্ৰ ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ

0
1194
Photo Credit: The Hindu
Photo Credit: The Hindu

তামিলনাডুৰ মেট্টুপালায়মত সংঘটিত হৈছে এক কৰুণ ঘটনা। দেৱাল খহি থিতাতে নিহত হৈছে ১৫ জনকৈ লোক।

Photo Credit: The financial Express

কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে। মূষলধাৰ বৰষুণৰ ফলত দেৱাল খহি পৰাত সংঘটিত হয় এই কৰুণ ঘটনা। ঘটনাস্থলীত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। নিহত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।