
ক্ৰিকেট অনুৰাগীৰ বাবে সুখবৰ ! গুৱাহাটীত হ’ব টি-২০ মেচ
অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে এটা ভাল খবৰ।গুৱাহাটীত পুনৰ হ’ব আন্তঃ ৰাষ্ট্ৰীয় ক্ৰিকেট।
গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ টি-২০ মেচ।
উক্ত শৃংখলাৰ দ্বিতীয় খন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত।
চলিত বৰ্ষৰ ১ অক্টোবৰত বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব মেচ খন।