বিবাহপাশত আবদ্ধ হ’ল অভিনেত্ৰী শ্যামন্তিকা, দৰা কোন?

হোমৰ জুইক সাক্ষী কৰি যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় শ্যামন্তিকা শৰ্মাই

0
27239
বিবাহপাশত আবদ্ধ হ’ল অভিনেত্ৰী শ্যামন্তিকা শৰ্মা
কলকাতাৰ দৰা সুপ্ৰতিম দাসৰ সৈতে বিয়াত বহিল অভিনেত্ৰীগৰাকী
গুৱাহাটীৰ শুক্ৰেশ্বৰ দেৱালয়ত সম্পন্ন হয় বিবাহকাৰ্য
‘জানমণি’ VCDৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা শ্যামন্তিকাৰ জীৱনসংগী সুপ্ৰতিম দাস নৌসেনাৰ কেপ্টেইন

Photo : Smita Rani Deka