21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সুশান্তৰ সপোন পূৰ্ণ কৰিব ভগ্নীয়ে, ছাত্ৰ-ছাত্ৰীক দিব ২৫ লাখ টকা!

      বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ আজি জন্ম বাৰ্ষিকী ।এই সময়চোৱাত সুশান্তৰ ভগ্নী শ্বেতায়ে তেওঁৰ অনুৰাগী সকলক এক শুভ বাৰ্তা প্ৰেৰণ কৰে।শ্বেতাই কয় যে বৰ্কলেস্থিত বিশ্ববিদ্যালয় আৰু কেলিফৰ্ণিয়াত সুশান্তৰ নামত এক মেমৰিয়েল ফাণ্ড স্কোলাৰশ্বিপ আৰম্ভ কৰিছে।

    শ্বেতাই কয় যে সুশান্তে এস্ট্ৰোফিজিস্ক অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলক সুশান্ত সিং ৰাজপুতৰ নামত জলপানি দিয়া হ’ব।

    তেওঁ কয় যে সুশান্তৰ কিছুমান সপোন আছিল যি তেওঁ সদায় পুৰণ কৰিব বিচাৰিছিল ।শ্বেতাই টুইটাৰৰ জৰিয়তে দুখন ফটো শ্বেয়াৰ কৰে ।লগতে শ্বেতাই কয় যে ”মই এয়া ঘোষণা কৰি অতি আনন্দিত যে ভাইটিৰ ৩৫ তম জন্মদিনত তেওঁৰ সপোন পুৰণ কৰিবলৈ আমি এখোজ আগবাঢ়িছো।” 

    উল্লেখ্য যে, সুশান্তৰ নামত ৩৫০০ ডলাৰ অৰ্থাত ২৫ লাখ টকা দিয়া হব।

    আৰু পঢ়ক : বিয়াৰ কেইমাহমান পিছতেই স্বামীৰ পৰিয়ালে হত্যা কৰিলে ন-বোৱাৰীক!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং