
ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা সুৰেশ ৰাইনাৰ।
সুৰেশ ৰাইনাই খেলৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ।
আজি ৬ ছেপ্টেম্বৰ তাৰিখ মঙলবাৰে ক্ৰিকেটাৰ গৰাকীয়ে তেখেতৰ টুইটাৰ একাউণ্ট যোগে সদৰি কৰে এই বিষয়ে।
টুইটাৰত এই ঘোষণা কৰি কয় তেখেতে কয় যে, “মোৰ দেশ আৰু ৰাজ্য উত্তৰ প্ৰদেশক প্ৰতিনিধিত্ব কৰাটো এক পৰম সন্মানৰ বিষয়। মই ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰিব বিচাৰো।”