ভেকচিন লবলৈ কাকো জোৰ কৰিব নোৱাৰিব এতিয়াৰে পৰা, উচ্চ ন্যায়ালয়ৰ বিশেষ সিদ্ধান্ত

0
146
ভেকচিন লবলৈ কাকো জোৰ কৰিব নোৱাৰিব এতিয়াৰে পৰা, উচ্চ ন্যায়ালয়ৰ বিশেষ সিদ্ধান্ত

ভেকচিন লবলৈ কাকো জোৰ কৰিব নোৱাৰিব এতিয়াৰে পৰা, উচ্চ ন্যায়ালয়ৰ বিশেষ সিদ্ধান্ত

এফালে দেশত পুনৰ কৰণাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰাৰ সময়তে উচ্চতম ন্যায়ালয়ৰ বিশেষ সিদ্ধান্ত। এতিয়াৰে পৰা কোনো লোককে ভেকচিন লোৱাৰ বাবে জোৰ কৰিব নোৱাৰিব।

এই বিশেষ সিদ্ধান্ত দেশৰ উচ্চতম ন্যায়ালয়ৰ, কভিড ভেকচিন বাধ্যতামূলক কাৰ্যক অসংবিধানিক আখ্যা ন্যায়ালয়ৰ।

ন্যায়ালয়ে কয় যে, নীতি-নিৰ্মাণৰ ওপৰত কোনো কথা কোৱাতো উচিত নহয়, কিন্তু কাকোকে জোৰ কৈ ভেকচিন দিব নোৱাৰিব। তাৰ সলনি চৰকাৰে কেৱল মানুহৰ মাজত সজাগতা আনিবৰ বাবে কাম কৰিব পাৰে।

শেষত কয়, কভিড ভেকচিন গ্ৰহণ কৰাৰ বাবে ৰাজ্য চৰকাৰে দিয়া বাধ্যবাধকতাৰ নিয়ম এতিয়া সকলো ৰাজ্যই উঠাই লব লাগে। সজাগতা অনাৰ লগতে বোমাৰ বিয়পি নপৰাৰ বাবে হকা বাধা কৰিব পাৰে।

লগতে ইয়াকো কয় যে, ভেকচিন লোৱা নোলোৱাটো নাগৰিকৰ নিজা সিদ্ধান্ত হব। ইয়াক জোৰকৈ কৰা অসংবিধানিক।

আৰু পঢ়ক : ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউৰোপ ভ্ৰমণ, সমগ্ৰ বিশ্বৰে চকু এই ভ্ৰমণৰ ওপৰত