শ্বাহৰুখ খানৰ গীতত ৰচিলে ‘কৰ’ণা ছং’, ভাইৰেল হৈ পৰিছে VIDEO

এই গীতটোত কণ্ঠদান কৰিছে তেজশ গাম্ভীৰে আৰু সংগীতো তেওঁয়ে দিছে

0
70

মনোৰঞ্জন জগতৰ প্ৰতিটো স্থানতে এতিয়া কৰ’ণাৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে, কিন্তু কেইবাজনো তাৰকাই এই পৰিৱেশতো ৰাইজক মনোৰঞ্জন কৰোৱাই নহয় কৰ’ণাকলৈ পজিটিভ মেচেজ দিয়াৰো চেষ্টা চলাই আছে। আমি কয় আছো সেই কৰ’ণা ছঙৰ কথা যিটো গীত ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।

এই গীতটোত কণ্ঠদান কৰিছে তেজশ গাম্ভীৰে আৰু সংগীতো তেওঁয়ে দিছে। তেজশে ২০০৩ বৰ্ষত মুক্তি পোৱা ছবি ‘চলতে চলতে’ৰ গীত ‘ছুনো না ছুনো না ছুন লো না’ৰ সংগীতত নিজে লিখা এটা গীতত কণ্ঠদান কৰিছে। এই গীতটো কৰ’ণা আৰু বৰ্তমানৰ পৰিৱেশৰ সৈতে সংযুক্ত। এই গীতটো তেজশে নিজৰ ফেচবুক একাউণ্টত পোষ্ট কৰা মাত্ৰকে ভাইৰেল হৈ পৰে।

Wrote a few lines on the current situation the other day. This is purely for entertainment purpose. Panicing is not gonna help! Relax. Help each other in this bad time regardless of the religion and caste. Stay SafeGod bless all!Tag your friends, let them smile like you did! :)Tune- Aadesh Shrivastav | Jatin LalitOriginal song- Suno na Suno na (sung by Abhijeet Bhattacharya, released by T series.)No Copyright infringement intended. #gocorona #corona #singersongwriter #musicians #singersofinstagram #coronavirüsü #memes

Posted by Tejas Gambhir on Saturday, 14 March 2020

কৰ’ণাৰ বাবে মানুহৰ জীৱনত পৰা প্ৰভাৱক লৈ এই গীতটোত কণ্ঠদান কৰিছে। লগতে গীতটোৰ অন্তত এটা ভাল মেছেজো দিলে। গীতটো পোষ্ট কৰি তেজছে লিখিলে – বৰ্তমান স্থিতিত কেইটামান বাক্যশাৰী লিখিছো।

এয়া কেৱল মনোৰঞ্জন উদ্দেশ্যৰে পোষ্ট কৰা হৈছে। Panicing সহায় নকৰে। আৰমত থাকক। ধৰ্ম আৰু জাতিৰ গুৰুত্ব প্ৰদান নকৰি বেয়া সময়ত এজনে আনজনক সহায় কৰক। সুৰক্ষিত থাকক ভগৱান সকলোকে আৰ্শীবাদ দিয়া।

Photo credit: twitter.com