21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পুনৰ বিতৰ্কত ছানী লিয়নীঃ ২৯ লাখ টকাৰ প্ৰবঞ্চনাৰ গোচৰ!

    পুনৰ বিতৰ্কত ছানী লিয়নীঃ ২৯ লাখ টকাৰ প্ৰবঞ্চনাৰ গোচৰ! :-

    পুনৰ বিতৰ্কত বলীউডৰ মোহময়ী অভিনেত্ৰ ছানী লিয়নী। প্ৰবঞ্চনাৰ গোচৰ ৰুজু ছানী লিয়নীৰ বিৰুদ্ধে।

    থিৰুভন্ননাথপুৰমৰ এখন ব্যক্তিগত ৰিজৰ্টত কেৰেলা আৰক্ষীয়ে ছানী লিয়নীৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।

    ইভেণ্ট মেনেজাৰ আৰ, শ্বিয়াছে গোচৰ ৰজু কৰা অনুসৰি ছানী লিয়নীয়ে ৫টাকা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতিৰে ২৯ লক্ষাধিক টকা লৈছিল। কিন্তু তেওঁ অনুষ্ঠানত উপস্থিত নাছিল।

    এই সন্দৰ্ভত ছানী লিয়নীয়ে ধন লোৱাৰ কথা স্বীকাৰ কৰে যদিও তেওঁৰ ইভেণ্ট মেনেজাৰজনক ঠগ প্ৰবঞ্চনা কৰাৰ অভিপ্ৰায় নাছিল। ছানীয়ে ইভেণ্ট মেনেজাৰজনক কেবাটাও তাৰিখি দিছিল কিন্তু তেওঁ ছানীৰ তাৰিখিৰ মতে দিন মিলাব নোৱাৰিলে।

    ছানীৰ স্পষ্টীকৰণৰ পাছতে আৰক্ষীয়ে পৰৱৰ্তী পৰ্যায়ত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : অসম-মেঘালয় সীমা বিবাদ! অসমৰ ৮ বিঘা ভূমিক মেঘালয়ৰ অগ্ৰাসন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং