36.4 C
Guwahati
Monday, September 20, 2021
More

    এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পেট্ৰ’ল ঢালি কৰিলে আত্মহত্যা, চুইচাইড নোটত বিস্ফোৰক কাৰণ…

    এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পেট্ৰ’ল ঢালি কৰিলে আত্মহত্যা, চুইচাইড নোটত বিস্ফোৰক কাৰণ…

    এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ নিজৰ জীৱনৰ হতাশাক লৈ আত্মহত্যা কৰাৰ কথা পোহৰলৈ আহিছে। মধ্যপ্ৰদেশৰ এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ আৰু বৰ্তমানৰ খেলৰ শিক্ষকে দেহত পেট্ৰ’ল ঢালি আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লয়।

    আৰক্ষীয়ে খেলুৱৈ গৰাকীৰ মৃতদেহৰ ওচৰৰ পৰা চুইচাইড নোট উদ্ধাৰ কৰে য’ত লিথা আছিল যে তেওঁ নিজৰ ইচ্ছা মতে আত্মহত্যা কৰিছে। তেওঁ লিখে যে ”মই নিজৰ ইচ্ছা মতে আত্মহত্যা কৰিছো। মই নিজৰ জীৱনৰ পৰা অতিষ্ঠ হৈ পৰিছো। মই বিচাৰ মোৰ পৰা কাৰো সমস্যা নহওক।বিদায় জীৱন”।

     উল্লেখ্য যে, যুৱকজনে মৃত্যুৰ পূৰ্বে এক অডিঅও ভাইৰেল কৰে। খেলুৱৈ গৰাকীৰ নাম ভাৱনা ধনগৰ বুলি জানিব পৰা গৈছে। ঘৰৰ ওচৰৰে খেতি পথাৰৰ পৰা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।

    আৰু পঢ়ক : চীনা বৈদেশিক মন্ত্ৰীৰ সৈতে তালিবানৰ বৈঠক, উইঘুৰ বিচ্ছিন্নতাবাদীক লৈ উদ্বিগ্ন বেইজিং

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং