28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দেশত কৰ’ণাৰ ভয়াবহতা! মৃতকক দিলে ভেকচিন, দ্বিতীয় ডোজ দিয়াৰ সময়তহে খোলোচা

    দেশত কৰণাৰ ভয়াৱহতা ইমানেই বৃদ্ধি পাইছে যে, মৃত লোককো ভেকচিন দিবলৈ লৈছে স্বাস্থ্যকেন্দ্ৰই। এই ঘটনা সংঘটিত হৈছে ফৰিদাবাদত।

    ৩ এপ্ৰিলত মৃত্যু হোৱা লোক এগৰাকীক ৬ এপ্ৰিলত সফলতা পূৰ্বক কৰণা ভেকচিন দিয়া বুলি মোবাইলত বাৰ্তা প্ৰেৰণ কৰে।

    উল্লেখ্য যে, ৬৩ বৰ্ষীয় কৃষ্ণ লাল নামৰ লোকগৰাকীয়ে ২ এপ্ৰিলত প্ৰথমটো কৰণাৰ ভেকচিনৰ ডোজ গ্ৰহণ কৰিছিল। পিছে সেই নিশাই স্বাস্থ্য কিছু অৱনতি হৈ ৩ এপ্ৰিলত মৃত্যু বৰণ কৰে।

    ইয়াৰ ঠিক কিছুদিন পিছতে ৬ এপ্ৰিলত মৃত লোকগৰাকীৰ মোবাইললৈ বাৰ্তা আহে যে, সফলতা পূৰ্বক দুয়োটা ডোজ দিয়া হৈছে। পিছে প্ৰথমটো ডোজৰ পিছতে লোকগৰাকীৰ মৃত্যু হৈছিল। সেয়ে এতিয়া এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে, মৃত লোককো ভেকচিন দিয়া বুলি ।

    আৰু পঢ়ক : কলিয়াবৰত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ প্ৰায় ১২ ফোঁট দৈৰ্ঘ্যৰ কিং কোব্ৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং