26 C
Guwahati
Tuesday, September 27, 2022
More

    ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ শ্ৰেণী কোঠাৰ ভিতৰতে অশালীন কাৰ্যত লিপ্ত ছাত্ৰ-ছাত্ৰী…

    ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানৰ শ্ৰেণী কোঠাৰ ভিতৰতে অশালীন কাৰ্যত লিপ্ত ছাত্ৰ-ছাত্ৰী…

    ৰাজ্যৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠানত সংঘটিত হৈছে এক অতিকে লজ্জাজনক ঘটনা। শ্ৰেণীকোঠাৰ ভিতৰতে অশালীন কাৰ্যত লিপ্ত ছাত্ৰ-ছাত্ৰী।

    যি ঘটনাৰ পাছতে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ শিক্ষানুষ্ঠানখনৰ পৰা বহিষ্কাৰ কৰা হয় কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক।

    এই নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে শিলচৰৰ ৰামানুজ শুপ্তা ডিগ্ৰী কলেজত। শ্ৰেণী কোঠাৰ ভিতৰতে অশালীন কৰ্মত লিপ্ত ছাত্ৰ–ছাত্ৰী।

    সেই ঘটনাৰেই কোনোৱে গোপনে ভিডিঅ কৰি ৰাখি সামাজিক মাধ্যমত দি দিয়ে। যাৰ পাছতে ভাইৰেল হৈ পৰে সেই ঘটনা।

    কলেজ কৰ্তৃপক্ষই ঘটনাৰ বিষয়ে জনাৰ পাছতে কঠোৰ স্থিতি গ্ৰহণ কৰি মুঠ ৭ গৰাকী ছাত্ৰ–ছাত্ৰীক শিক্ষানুষ্ঠানখনৰ পৰা বহিষ্কাৰ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং