৮ টাকৈ ভাষাত কবিতা লিখি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সৃষ্টি ৰাণী টাইদে

0
294

৮ টাকৈ ভাষাত কবিতা লিখি WORLD BOOK OF TALENT RECORDS আৰু ASSAM BOOK OF RECORD কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে সৃষ্টি ৰাণী টাইদে ।

”অনুভৱৰ প্ৰতিধ্বনি” নামৰ এখন কবিতা পুথিৰ জৰিয়তে অসম বুক অফ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হয় সৃষ্টিয়ে ।

অসমীয়া,ইংৰাজী ,হিন্দী ,মিচিং ,বেংগলী, মাৰাঠী, ৰাচিয়ান আৰু জাপানীজ ,এই কেইটা ভাষাত কবিতা লিখি WORLD RECORDS কৰিবলৈ সক্ষম হয় অসমৰ জীয়ৰি সৃষ্টিয়ে ।

গোগামুখৰ জীয়ৰী সৃষ্টি ৰানী টাইদৰ এই সফলতাক লৈ গোগামুখৰ লগতে ধেমাজি লক্ষীমপুৰ বাসী গৌৰাম্বিত ।

Photo credit : Loshan das