28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    স্পাইছ জেটৰ ছনু ছুডলৈ বিশেষ সন্মান, এখন বয়িং বিমানত অংকন কৰিলে লকডাউন হিৰোৰ চিত্ৰ

    লকডাউনৰ সময়ত প্ৰবজন কৰা শ্ৰমিক সকলৰ বাবে ভগবান সদৃশ হৈ পৰা ছনু ছুডলৈ বিশেষ সন্মান আগবঢ়াইছে স্পাইছ জেটৰ ফালৰ পৰা। এখন বয়িং ৭৩৭ বিমানত অংকন কৰিছে ৰিয়েল লাইফৰ হিৰো গৰাকীৰ ছবি।

    কেৱল বলীউডৰ তাৰকা হিচাপেই পৰিচয় হৈ থকা নাই ছনু ছুডৰ। এতিয়া দেশৰ লাখ লাখ জনতাৰ বাবে উদ্ধাৰকাৰী, ভগৱান, ভগৱানৰ দূত আদি আখ্যা।

    নিজৰ কোটি কোটি টকা ভাঙি বলীউডৰ অভিনেতাগৰাকীয়ে কেৱল কৰি গৈছে নিস্বাৰ্থ সহায়। কেৱল লকডাউনতে নহয় লকডাউনৰ পিছতো বহুজনলৈ আগবঢ়াইছে সহায়ৰ হাত।

    এই ক্ষেত্ৰত স্পাইছ জেটৰ ফালৰ পৰা কয় যে, ছনু ছুডক স্পাইছ ডেটৰ ফলাৰ পৰা সামান্য তম ধন্যবাদৰ স্বৰূপ তেখেতে কৰা মহান কামৰ বাবে।

    আৰু পঢ়ক : ৰাৱণে সীতাক বন্দী বনাই ৰখা স্থানৰ শিল ব্যৱহাৰ হ’ব ৰাম মন্দিৰ নিৰ্মাণত…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং