সাধাৰণতে বহু লোকেৰ জোতা পিন্ধিলে ভৰি গোন্ধাই। গৰম দিনত এই ভৰিৰ দূৰ্গন্ধ বেছি হয় ।যদিও বহুতো লোকৰ ঠাণ্ডা দিনতো ভৰিৰ পৰা দূৰ্গন্ধ ওলায়।
ভৰিৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ কেইটামান টিপছ-
ভৰিখন পৰিস্কাৰ কৰি ৰাখক। নখ দীঘল হ’বলৈ নিদিব, ভৰিত ডেটল জাতীয় বীজাণুনাশক চাবোনেৰে ঘঁহি ঘঁহি ধোৱক।
ভৰিখিন শুকুৱাইহে মোজা পিন্ধক।
ৰাবাৰ, নাইলন আদিৰ মোজা নিপিন্ধিব, কপাহী বা ঊণৰ মোজা পিন্ধক।
চিন্থেটিক জোতা বৰ্জন কৰক, কপাহী বা চামৰাৰ জোতা পিন্ধক।
প্ৰতিদিনে আধাঘণ্টা গৰম পানীত ভৰিখন ডুবাই থওক। পানীখিনিত চাহপাত অথবা নিমখ দি লব পাৰে।
আৰু পঢ়ক : ৰেলবিভাগে বন্ধ কৰিলে ৪০০ বছৰ পুৰণি ঐতিহাসিক থানৰ মূল প্ৰৱেশ পথ