27 C
Guwahati
Friday, December 3, 2021
More

    কাতি বিহুৰ দিনা শৌচাগাৰত উদ্ধাৰ হোৱা ৬বছৰীয়া শিশুৰ মৃতদেহৰ ঘটনাৰ তদন্তত আনন্দ মিশ্ৰ…

    কাতি বিহুৰ দিনা শৌচাগাৰত উদ্ধাৰ হোৱা ৬বছৰীয়া শিশুৰ মৃতদেহৰ ঘটনাৰ তদন্তত আনন্দ মিশ্ৰ…

    কাতি বিহুৰ দিনা শৌচাগাৰত উদ্ধাৰ হোৱা ৬বছৰীয়া শিশুৰ মৃতদেহৰ ঘটনাৰ তদন্তত আনন্দ মিশ্ৰ। কলিয়াবৰৰ বালিবাটৰ বামুণী মথৌঘাটত কালি ১৮ অক্টোবৰ তাৰিখে ৬বছৰীয়া কন্যা শিশু হত্যাকাণ্ড সংঘটিত হৈছিল।

    সেই হত্যাকাণ্ডৰেই তন্তত নামিছে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। আজি সেই উদ্দ্য়েই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অধীক্ষকগৰাকী।

    শীঘ্ৰে দোষীক কৰায়ত্ত কৰি শাস্তি বিহাৰ আশ্বাস প্ৰদান। লগতে ঘটনাত স্থানীয় ৰাইজক তদন্তত সহযোগ কৰাৰ আহ্বান আনন্দ মিশ্ৰৰ।

    ঘটনাস্থলীৰ পৰা সংগ্ৰহ কৰা বিভিন্ন নমুনা ফৰেনচিকলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ। আনহাতে ঘটনাস্থলীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰাৰো নিৰ্দেশ প্ৰদান।

    সোধপোচৰ বাবে বৰ্তমানলৈ ৪জন ব্যক্তিক আটক কৰিছে নগাঁও আৰক্ষীয়ে। আটকাধীন কেইটা- তেজু গাড়া, সঞ্জু গাড়া, বিশ্ব গাড়া আৰু ৰুস্তম আলি।

    কালি বিয়লি এটা শৌচালয়ৰ ভিতৰত উদ্ধাৰ হৈছিল ৬ বছৰীয়া কনমানি এগৰাকীৰ নিথৰ মৃতদেহ।

    Input and Photo – Dipu Bora

    আৰু পঢ়ক : ডুবাইত অধিনায়ক বিৰাট কোহলীৰ মমৰ প্ৰতিমুৰ্তি উন্মোচন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং