16 C
Guwahati
Friday, December 3, 2021
More

    আগন্তুত বৰ্ষত অভিনেতা চনু চুডৰ ভগ্নীয়ে প্ৰতিদ্বন্দ্বিতা বিধানসভা নিৰ্বাচনত

    অভিনেতা চনু ছুডৰ ভগ্নীয়ে আগন্তুক বৰ্ষত পঞ্জাৱক হ’বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অৱশ্যে কোনটো দলৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

    অভিনেতা গৰাকীয়ে আজি এই কথা ঘোষণা কৰে যে তেওঁৰ ভগ্নীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ’ব কিন্তু কোনটো দলৰ পৰা খেলিব সেই সম্পৰ্কে কোনো কথা স্পষ্ট নকৰে।চনু চুডে এক সংবাদমেলত এই কথা ঘোষণা কৰে।

    উল্লেখ্য যে, কৰ’ণা মহামাৰীৰ সময়ত চনু চুডে বিভিন্ন জনৰ সহায় কৰিছিল। আৰ্থিকভাৱে সংকটত ভুগা লোকৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীলৈকে তেওঁ সহায় কৰিছিল।

    আৰু পঢ়ক : ছেমিফাইনেলত পৰাস্ত হোৱাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া হাছান আলীৰ, কি ক’লে ক্ৰিকেটাৰ গৰাকীয়ে?

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং