23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণাত আক্ৰান্ত অভিনেতা ছনু চুড, ক’লে ”চিন্তা নকৰিব মই আপোনালোকৰ সহায়ৰ বাবে সদায় আছো”

    কৰ’ণাত আক্ৰান্ত অভিনেতা ছনু চুড, ক’লে ”চিন্তা নকৰিব মই আপোনালোকৰ সহায়ৰ বাবে সদায় আছো”

    দেশত তীব্ৰগতিত বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্ত লোকৰ সংখ্যা। ইতিমধ্যে বলিউডৰ বিভিন্নজন অভিনেতা অভিনেত্ৰী আক্ৰান্ত হৈছে এই মহামাৰীত।

    ইয়াৰ মাজতে অভিনেতা চনু চুড আক্ৰান্ত হয় এই মহামাৰীত। শনিবাৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে।

    অভিনেতা গৰাকীয়ে লিখে যে ”মই আজি পুৱা ক’ভিডত আক্ৰান্ত হৈছো।মই ইতিমধ্যে নিজৰ যত্ন লোৱাৰ লগতে কোৱাৰাইন্টাইন কৰিছো।চিন্তা নকৰিব আপোনালোকৰ সমস্যা সমাধানৰ বাবে আৰু অধিক সময় লাভ কৰিছো। মনত ৰাখিব আপোনালোকৰ বাবে মই সদায় আছো”।

    ইয়াৰ পিছতে ছনুৰ অনুৰাগী সকলে তেওঁৰ সুস্বাস্থ্য কামনা কৰি মন্তব্য আগবঢ়াই।

    আৰু পঢ়ক : মা তুমি অনন্যাঃ ২ বছৰীয়া সন্তান কোলাত লৈ কৰ’ণাৰ কাৰ্ফিউৰ কৰ্তব্য পালন কৰিছে এগৰাকী আৰক্ষী কৰ্মীয়ে, সামাজিক মাধ্যমত ভাইৰেল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং