26 C
Guwahati
Thursday, September 16, 2021
More

    ১৫ আগষ্ট ১৯৪৭ চনৰ কেইখনমান বিশেষ ফটো, যিয়ে প্ৰমাণ কৰে দেশবাসীৰ পাৰভঙা সুখ, আনফালে দুখ

    ১৫ আগষ্ট ১৯৪৭ চনৰ কেইখনমান বিশেষ ফটো, যিয়ে প্ৰমাণ কৰে দেশবাসীৰ পাৰভঙা সুখ, আনফালে দুখ :-

    সেই বিশেষ দিনটো। ২০০ বছৰীয়া পৰাধীনতাৰ পৰা স্বাধীনতা। বহু আন্দোলন, বহুতো প্ৰিয়জনৰ আত্মবলিদান…আৰু শেষত সেই সুখৰ ক্ষণ। আজিৰ পৰা ৭৫ বছৰ পূৰ্বৰ দিনটোৰ কেইখনমান বিশেষ ফটো… য’ত এফালে যদি স্বাধীনতৰ সুখ, আনফালে দেশ বিভাজনৰ দুখ ।

    ১৫ আগষ্ট ১৯৪৭ চনৰ কেইখনমান বিশেষ ফটো, যিয়ে প্ৰমাণ কৰে দেশবাসীৰ পাৰভঙা সুখ, আনফালে দুখ

    স্বাধীন দেশৰ প্ৰথম পতাকা উত্তোলন

    ১৫ আগষ্ট ১৯৪৭ চনৰ কেইখনমান বিশেষ ফটো, যিয়ে প্ৰমাণ কৰে দেশবাসীৰ পাৰভঙা সুখ, আনফালে দুখ

    হিলদল ভাঙি ওলাই আহিছে জনতা। এক নতুন সূৰ্যৰ উদয় স্বাধীন দেশত। ইংৰাজৰ পতাকাৰ সলনি দেখিব আসন্মানৰ পতাকা, গৌৰৱৰ পতাকা

    ১৫ আগষ্ট ১৯৪৭ চনৰ কেইখনমান বিশেষ ফটো, যিয়ে প্ৰমাণ কৰে দেশবাসীৰ পাৰভঙা সুখ, আনফালে দুখ

    এখন দেশ দুখন হোৱাৰ সময়ত। বিভাজনৰ হাতোৰা পৰা সেই লোক সকল..যিযে টালি টোপোলা লৈ স্থানান্তৰ হৈছে

    ১৫ আগষ্ট ১৯৪৭ চনৰ কেইখনমান বিশেষ ফটো, যিয়ে প্ৰমাণ কৰে দেশবাসীৰ পাৰভঙা সুখ, আনফালে দুখ

    প্ৰাণৰ সংকা, এখন দেশ দুখনত বিভাজিত। প্ৰাণৰ মমতাত এনেদৰেই কোনোমতে ওলমি আহি নিজ নিজৰ দেশৰ ভুমিত লোক সকল

    ১৫ আগষ্ট ১৯৪৭ চনৰ কেইখনমান বিশেষ ফটো, যিয়ে প্ৰমাণ কৰে দেশবাসীৰ পাৰভঙা সুখ, আনফালে দুখ

    অহিংসাই পৰম ধৰ্ম, অহিংসা নীতিৰে কিদৰে ভাৰতে ইংৰাজৰ ২০০ বছৰীয়া ৰাজত্ব উফৰাই ইংৰাজৰ পতাকা নমুৱাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিলে তাকেই তথা লাগি চাইছে লৰ্ড মাউণ্ট বেটেনে, আপোনা আপুনি চেল্যুট দিছে ভাৰতৰ ত্ৰিৰংগাক।

    আৰু পঢ়ক : ৭৫ সংখ্যক স্বাধীনতা দিৱস- কি কি বৃহৎ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, পলকতে পঢ়ক সবিশেষ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং