26 C
Guwahati
Thursday, June 30, 2022
More

    এখন বিশেষ ঠাই- নাই কোনো আইন, নালাগে কোনো টেক্স আনকি থকাৰ বাবে নালাগে কোনো ভাড়া পৰ্যন্ত

    এখন বিশেষ ঠাই- নাই কোনো আইন, নালাগে কোনো টেক্স আনকি থকাৰ বাবে নালাগে কোনো ভাড়া পৰ্যন্ত

    এখন এনে ঠাই, যি ঠাইত থাকিবৰ বাবে নালাগে কোনো ধৰণৰ টকা পইচা, নালাগে কোনো পৰিচয় পত্ৰ আদিও। সেই বিশেষ ঠাইত নাই কোনো আইন কানুনো।

    সেই ঠাইত যদি থাকিব বিচাৰে তেন্তে দিব নালাগে কোনো ভাড়াও। কোনো সামগ্ৰীতে নাই টেক্স। চৰকাৰ বুলি কোনো নাই সেই বিশেষ ঠাই খনত।

    এখন বিশেষ ঠাই- নাই কোনো আইন কাইন, নালাগে কোনো টেক্স আনকি থকাৰ বাবে নালাগে কোনো ভাড়া পৰ্যন্ত

    ইয়াক পৃথিৱীৰ লোলেছ প্লেচ (Lawless Place ) বুলিও কোনা হয়। ইয়াত মানুহে নিজৰ ইচ্ছা মতে যিহকে কৰিব মন তাকেই কোনো বাধা নোহোৱাকৈ কৰিব পাৰে।

    অৱশ্যে ইয়াত থকাকো কোনো প্ৰত্য়াহ্বানতকৈ কম নহয়। এই ঠাই খনৰ নাম শ্লেৱ চিটি (Slab City)। এই শ্লেৱ চিটি আমেৰিকাৰ কেলিফৰ্ণিয়াত অৱস্থিত।

    এখন বিশেষ ঠাই- নাই কোনো আইন কাইন, নালাগে কোনো টেক্স আনকি থকাৰ বাবে নালাগে কোনো ভাড়া পৰ্যন্ত

    ইয়াত সাধাৰণতে ড্ৰাগছ আৰু অস্ত্ৰ-শস্ত্ৰৰ মুকলি বেহা চলে। মানসিক সমস্যাত থকা লোক অথবা আইনৰ পৰা হাত সাৰি থাকিব বিচৰা সকলে এই ঠাইত প্ৰধানকৈ থাকে।

    এখন বিশেষ ঠাই- নাই কোনো আইন কাইন, নালাগে কোনো টেক্স আনকি থকাৰ বাবে নালাগে কোনো ভাড়া পৰ্যন্ত

    এক আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এগাৰকী সাংবাদিকে সদ্যহতে এই ঠাই পৰিদৰ্শণ কৰি আহি কয় য়ে, মৰুৰ মাজত থকা এই ঠাইত কোনো পানীৰ ব্য়ৱস্থা নাই, বিদ্যুতৰ ব্যৱস্থাও নাই ইয়াত।

    দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত আমেৰিকাৰ সেনাৰ প্ৰশিক্ষণৰ বাবে নিৰ্মাণ কৰা হৈছিল এই ঠাই। পাছে ১৯৫৬ চনত ইয়ক ধ্বংস কৰি দিয়া হয়। কিন্তু ধ্বংসৰ মাজতে পুনৰ গা কৰি উঠে এচাম লোকৰ বাসস্থান হিচাপে।

    View this post on Instagram

    A post shared by Ben Fogle (@benfogle)

    আৰু পঢ়ক :- হঠাতে হুৱাদুৱা এটা নলাৰ পাৰত- বিশেষ জনক বিচাৰি ভিৰ এজাক লোকৰ লগতে আৰক্ষী, উদ্ধাৰকাৰী দলৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং