32 C
Guwahati
Thursday, September 16, 2021
More

    ৬ ভাৰতীয়ই পাকিস্তানত গৈ লৈছিল প্ৰশিক্ষণ, এম বি এৰ পৰা ফল বেপাৰীলৈ, ৰহস্য জানিলে আচৰিত হ’ব আপুনি…

    ৬ ভাৰতীয়ই পাকিস্তানত গৈ লৈছিল প্ৰশিক্ষণ, এম বি এৰ পৰা ফল বেপাৰীলৈ, ৰহস্য জানিলে আচৰিত হ’ব আপুনি…

    দিল্লী আৰক্ষীয়ে মঙলবাৰে সন্ত্ৰাসবাদীৰ সন্দেহত ৬ জনকৈ লোকক আটক কৰিছে।

    দিল্লী আৰক্ষীৰ মতে উৎসৱৰ সময় এওলোকৰ কূটাঘাত সংঘটিত কৰাই মূল লক্ষ্য আছিল।

    আহিবলগীয়া দুৰ্গা পূজা, নৱৰাত্ৰী আদি উৎসৱৰ সময়তে সন্ত্ৰাসবাদীকেইজনে সন্ত্ৰাসবাদী কাৰ্যকালাপ সংঘটিত কৰাৰ পৰিকল্পনা বনাইছিল।

    আটক কৰা সন্ত্ৰাসবাদীকেইজনৰ নাম জীশান, ওচামা, আমিৰ জাভেদ, জান মহম্মদ, মূলচন্দ ওৰফে লাল আৰু আবু বকৰ।

    দিল্লীৰ লগতে উত্তৰ প্ৰদেশৰ বিভিন্ন স্থানৰ পৰা সন্ত্ৰাসবাদী কেইজনক আটক কৰিছে আৰক্ষীয়ে।

    ইয়াৰে কোনোৱে এম বি এ কৰা, কোনোৱে মাদ্ৰাছাৰ পৰা শিক্ষা লোৱা আৰু কোনোৱে ফলৰ দোকানী।

    উল্লেখ্য যে, এইসকল সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে আইছিচ আৰু বহু সন্ত্ৰাসবাদী সংগঠনক সহায় কৰিছিল।

    আৰক্ষীৰ জিম্মাত জীশান আৰু ওচামাই কোৱা অনুসৰি তেওঁলোকক পাকিস্তানৰ থট্টা টেৰৰ কেম্পত প্ৰশিক্ষণ দিয়া হৈছিল লগতে তেওঁলোকক পাকিস্তানৰ দুগৰাকী সেনাইও প্ৰশিক্ষণ দিছিল।

    জানিব পৰা মতে পাকিস্তানৰ এইখন চহৰতে বহু ডাঙৰ সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া হয়। উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত ওচাম আৰু জীশানে কৰাচীলৈ গৈছিল তাৰপিছতেই তেওঁলোকক থট্টালৈ প্ৰেৰণ কৰা হৈছিল।

    আৰু পঢ়ক : পুণেত আত্মনিৰ্ভৰ মহিলাক যৌন নিৰ্যাতন খাদ্য যোগান ধৰা যুৱকৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং