32 C
Guwahati
Sunday, September 19, 2021
More

    সুৰাৰ ৰাগীত মাতাল আৰক্ষী বিষয়াৰ অসভ্য আচৰণ; ৰাজপথতে কৰিলে তাণ্ডৱ

    শিৱসাগৰত মাতাল আৰক্ষীৰ তাণ্ডৱ।ডিব্রুগড় আৰক্ষী চাউনিৰ কণিষ্টবল জিতুল চন্দ্ৰ দুৱৰা নামৰ আৰক্ষীৰ লোকজনে আজি দিনত নগৰৰ বাইবাচৰ সমীপত মদৰ ৰাগীত মাতাল হৈ তাণ্ডৱ কৰিব ধৰে।

    স্থানীয় লোকৰ অভিযোগত শিৱসাগৰ আৰক্ষীয়ে আৰক্ষী কনিষ্টবলজনক শিৱসাগৰ সদৰ থানালৈ আনে যদিও থানাটো মাতাল আৰক্ষীজনে অভব্য আচৰণ কৰে।

    শিৱসাগৰ সদৰ থানাৰ আৰক্ষী বিষয়াৰ লগতে মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ কৰে কনিষ্টবলজনে।এনে আৰক্ষীয়ে উদঙাই দিয়ে অসমৰ স্মাৰ্ট আৰক্ষীৰ প্ৰকৃত ছবি।

    Input; sanjay pareek

    আৰু পঢ়ক : ভগৱানলৈ বুলি এৰি দিয়া ছাগলী সুৰামক্ত যুৱকে খাবলৈ লওঁতেই ৰাইজে দিলে উত্তম মাধ্যম

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং