29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শিৱসাগৰত এদিনতেই ১০০ জনতকৈ অধিক লোক আক্ৰান্ত কৰ’ণা মহামাৰীত

    শিৱসাগৰত এদিনতেই ১০০ জনতকৈ অধিক লোক আক্ৰান্ত কৰ’ণা মহামাৰীত : আজি শিৱসাগৰত নতুনকৈ চিনাক্ত ১১২ জন ক’ভিড পজিটিভ । দুজন কোভিড আক্ৰান্তৰ মৃত্যু।

    ক’ভিড মহামাৰীৰ দ্বিতীয় টৌ।শিৱসাগৰ জিলাত ক্ৰমাৎ উদ্বেগজনক ভাবে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। একেদিনাই এশৰ ঘৰ অতিক্ৰম কৰিলে শিৱসাগৰ জিলাত ক’ভিড ৰোগীৰ সংখ্যা।

    আজি নতুনকৈ ১১২ জনৰ লোক ক ক’ভিড পজিটিভ ৰূপে চিনাক্ত কৰাৰ লগতে দুজন ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আজি সৰ্বমুঠ ১,৪০৮ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হয়।

    ইয়াৰে মুঠ ১১২ জনৰ লোকৰ দেহত ক’ভিড পজিটিভ পোৱা যায় বুলি স্বাস্থ্য বিভাগে জানিব দিছে।ইয়াকে লৈ জিলাখনত আজি একটিভ ক’ভিড ৰোগীৰ সংখ্যা ৬০৬ জনলৈ বৃদ্ধি পালে।স্বাস্থ্য বিভাগে আৰু প্ৰকাশ কৰামতে আজি জিলাখনত মুঠ ৪৯ গৰাকী ক’ভিড ৰোগী সুস্থ্য হৈ উঠিছে আৰু তেঁওলোকক ক’ভিড প্ৰটকল অনুসৰি থাকিব দিয়া হৈছে।

    Input : sanjay pareek

    আৰু পঢ়ক : জুৰীয়াত ভয়ংকৰ অগ্নিকাণ্ড! জুইত ভস্মীভূত বাসগৃহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।