21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গৰ্ভৱতী মহিলাই আদা খাওঁতে সাৱধান হওকঃ আপুনি ভুগিব পাৰে মাৰাত্মক ৰোগত

    গৰ্ভৱতী মহিলাই আদা খাওঁতে সাৱধান হওকঃ আপুনি ভুগিব পাৰে মাৰাত্মক ৰোগত

    দেশজুৰি কৰ’ণাৰ সময়ত দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে আদাৰ বহুত চৰ্চা হৈছিল। বহুতো লোকে প্ৰতিদিনেই প্ৰায় প্ৰতিসাজতেই আদা সেৱন কৰিছিল।

    আদাৰ চাহৰ পৰা তৰকাৰীত আদা থেতেলিয়াই দিয়ালৈ দেহটোক কৰ’ণাৰ পৰা বচাই ৰাখিবলৈ সকলোৱে পাৰ্যমানে আদা ব্যৱহাৰ কৰে।

    আনকি ছৰ্দী আৰু কাঁহত আদা সকলোতকৈ উপকাৰী। কিন্তু আমি আজি আপোনালোকক কব ওলাইছো যে আদা আমাৰ শৰীৰৰ কাৰণে কিয় অপকাৰী। অত্যাধিক আদা খালে আমি মাৰাত্মক ৰোগটো ভুগিব পাৰো।

    আদা অত্যাধিক খালে ডায়েৰীয়া হয়।
    আদাৰ অত্যাধিক প্ৰয়োগে গেষ্ট্ৰিক আৰু বুকুত জ্বলা-পোৰা কৰে।
    গৰ্ভৱতী মহিলাই আদা খালে গৰ্ভপাত হোৱাৰ আশংকা থাকে।
    ছুগাৰ আৰু ৰক্তচাপৰ ৰোগীসকলে আদা অত্যাধিক খালে ছুগাৰ লেভেল কমাব পাৰে। তেজ পনীয়া কৰে।

    আৰু পঢ়ক : মহিলাক ডিঙি ৰেপি, এচিড খাবলৈ বাধ্য কৰিলে ওচৰ-চুবুৰীয়াই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং