27 C
Guwahati
Saturday, August 20, 2022
More

    ধেমাজিত ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা উপ-পৰিদৰ্শকৰ

    নিহত আৰক্ষী বিষয়াজনৰ নাম নিপন নাথ।

    ধেমাজিৰ চিচিবৰগাঁও আৰক্ষী চকীৰ ভিতৰতে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা SI নিপন নাথৰ। মৃত নাথৰ ঘৰ ৰঙিয়াত। বৰ্তমানো জানিব পৰা হোৱা নাই আত্মহত্যাৰ কাৰণ।

    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ২০১৭ চনত আৰক্ষীত যোগদান কৰিছিল নিপন নাথে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং