31 C
Guwahati
Wednesday, September 22, 2021
More

    খুলিব লাগে নেকি স্কুল-কলেজ? ই-মেইলৰ জৰিয়তে মন্ত্ৰীয়ে বিচাৰিছে সকলোৰে মতামত…

    খুলিব লাগে নেকি স্কুল-কলেজ? ই-মেইলৰ জৰিয়তে মন্ত্ৰীয়ে বিচাৰিছে সকলোৰে মতামত…

    কৰণাৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন ৰাজ্যৰ স্কুল,কলেজ আদি বন্ধ আছে। ৰাজধানী দিল্লীটো বন্ধ আছে স্কুল-কলেজ। এই ক্ষেত্ৰত চিন্তিত হৈ পৰিছে অভিভাৱক, ছাত্ৰ-ছাত্ৰী।

    ইয়াৰ মাজতে দিল্লী চৰকাৰে এই ক্ষেত্ৰত বিচাৰিলে ৰাইজৰ সিদ্ধান্ত। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ চিচোডিয়াই টুইট কৰি লিখে যে ”দিল্লীৰ বিদ্যালয়, মহাবিদ্যালয় আদি খুলিব লাগে নেকি? যদি আপুনি দিল্লীৰ বিদ্যালয়-মহাবিদ্যালয়ৰ অভিভাৱক, ছাত্ৰ-ছাত্ৰী, শিক্ষক, অধ্যাপক তেন্তে অনুগ্ৰহ কৰি [email protected] এই ইমেইল আডিৰ জৰিয়তে মতামত জনাওক”।

    উল্লেখ্য যে, এই মতামত ১০০ টা শব্দৰ ভিতৰত হ’ব লাগিব আৰু তেওঁলোকৰ নাম আৰু বিদ্যালয়ৰ নাম থাকিব  লাগিব।

    আৰু পঢ়ক : হেলমেট পিন্ধা নাছিল, আৰক্ষীয়ে ধৰোতে নিজকে ‘ফৌজি’ বুলি পৰিচয় দি দম্ভালি যুৱকৰ, বৰ্তমানে থানাৰ আলহী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং