26 C
Guwahati
Thursday, May 26, 2022
More

    চিনেমা-চিৰিয়েল নহয়, নেশনেল টিভিৰ অনুষ্ঠানত এগৰাকী অভিনেত্ৰীয়ে আন এগৰাকীক সোধালে প্ৰচণ্ড চৰ

    চিনেমা-চিৰিয়েল নহয়, নেশনেল টিভিৰ অনুষ্ঠানত এগৰাকী অভিনেত্ৰীয়ে আন এগৰাকীক সোধালে প্ৰচণ্ড চৰ

    কোনো চিনেমা বা চিৰিয়েলৰ কাহিনী নহয়, এক ৰাষ্ট্ৰীয় টেলিভিছন অনুষ্ঠানত এগৰাকী অভিনেত্ৰীয়ে আন এগৰাকীক সোধালে প্ৰচণ্ড চৰ। যি মূহুৰ্ততে ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত।

    এই দৃশ্য হৈছে বিগ বছৰ মঞ্চত। যি দৃশ্য আজিলৈ কতো কোনো অনুষ্ঠানতে এনে দৃশ্য দেখিবলৈ পোৱা হোৱা নাছিল। এইবাৰ উগ্ৰতাৰ সীমা চেৰাই অভিনেত্ৰী ৰশ্মি দেশাইয়ে দেৱলীনা ভট্টাচাৰ্যৰ ওপৰত প্ৰচণ্ড চৰ সোধাই।

    বিগ বছৰ বহু কেইটা ছিজন গল. কিন্তু এইবাৰ যেন টি আৰ পিৰ বাবে অনুষ্ঠানখনত সকলো সীমা চেৰাই যাব। বিগ বছৰ ১৫ সংখ্যত চলিত ছিজনত এক অনাকাংশিত ঘটনা সংঘটিত হয়।

    View this post on Instagram

    A post shared by ColorsTV (@colorstv)

    অনুষ্ঠানটোৰ এফালে যদি কাৰোবাৰ মাজত গাঢ় বন্ধুত্ব গঢ়ি উঠিছে আনফালে আকৌ মনোমালিন্যই ঠাহ খাই পৰিছে। তাৰেই এক কিয়দাংশ দেখা পোৱা গল অনুষ্ঠানটোৰ প্ৰ’ম’ত।

    বহু বছৰীয়া বন্ধুত্ব পাহৰি ফাইনেললৈ টিকট পাবৰ বাবে ৰশ্মি আৰু দেৱলীনাৰ মাজত কাজিৰ সূত্ৰপাত হয়, সেই কাজিয়াতেই আত্মসংযম হেৰুৱাই পেলাই ৰশ্মি দেশাইয়ে আৰু দেৱলীনাক চৰ সোধাই।

    আৰু পঢ়ক : ভূমি বিবাদক কেন্দ্ৰ কৰি পুত্ৰক মৰিয়াই মৰিয়াই হত্যা, গ্ৰেপ্তাৰ পিতৃ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং