31 C
Guwahati
Thursday, September 29, 2022
More

    পাকিস্তানৰ বক্সাৰৰ বিৰুদ্ধে আজি ৰিঙত নামিব অসমৰ শিৱ থাপা

    পাকিস্তানৰ বক্সাৰৰ বিৰুদ্ধে আজি ৰিঙত নামিব অসমৰ শিৱ থাপা

    বাৰ্মিংহামত আৰম্ভ হ’ল কমনৱেলথ গেমছ ২০২২। গেমছত ঘৰুৱা দলটোত অসমৰ ৭ জনকৈ খেলুৱৈ আছে।

    অসমৰ খেলুৱৈ সকলৰ ভিতৰত অসমৰ বক্সাৰ শিৱ থকাই আজি পাকিস্তানৰ বক্সাৰ চুলেমান বালটছৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিব।

    ৬৩.৫ কেজি শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দুয়োৱে অংশগ্ৰহণ কৰিব।

    উল্লেখ যে চুলেমান বালটছ হৈছে পাকিস্তানৰ সাতবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন ।

    বিশ্ব বক্সিঙৰ পদক বিজয়ী দুবাৰৰ অলিম্পিয়ান শিৱ থাপা অৱশ্যে অধিক আশাবাদী হৈ আছে পাকিস্তানৰ ছুলেমান বালটছৰ বিৰুদ্ধে।

    লনবলত অসমৰ নয়নমনি শইকীয়া আৰু মৃদুল বৰগোঁহাইৰো শুকুৰবাৰে খেল আছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং