20 C
Guwahati
Friday, December 3, 2021
More

    চুলি খুড়াই দিলে শিল্পা ছেট্টীয়ে, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে ভিডিঅ…

    চুলি খুড়াই দিলে শিল্পা ছেট্টীয়ে, ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে ভিডিঅ…

    বলীউড অভিনেত্ৰী শিল্পা ছেট্টীয়ে নিজৰ চুলি খুড়াই দিলে । যাৰ ভিডিঅ সামাজিক মাধ্যম এপ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰে। শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰে ভিডিঅ।

    অভিনেত্ৰীগৰাকীয়ে পিছফালৰ পৰা চুলি খুড়াই থকা ভিডিঅ আপলোড কৰে। পিছে যি ভিডিঅ দেখি সকলোৱে কৈছে এয়া এক সুন্দৰ লুক। কোনোৱে কৈছে ভাল চুলি কোচা কোছা কিয় কাটিলা।

    কোনোৱে আকৌ কৈছে স্বামীৰ মংগল কামনা কৰি দক্ষিণৰ বিশ্ব বিখ্যাত মন্দিৰ তিৰুপতিত দান দি আহিলা নেতি চুলি।

    View this post on Instagram

    A post shared by Shilpa Shetty Kundra (@theshilpashetty)

    পিছে অভিনেত্ৰীগৰাকীয়ে সম্পূৰ্ণ চুলি খুড়াই দিয়া নাই। এক নতুন লুকৰ বাবেৰে নতুন কেশ সজ্জা অভিনেত্ৰীগৰাকীৰ।

    যাৰ বাবেই কেৱল ফিছফালৰ চুলিহে সামান্য় খুড়াই দিছে শিল্পা ছেট্টীয়ে।

    View this post on Instagram

    A post shared by Shilpa Shetty Kundra (@theshilpashetty)

    আৰু পঢ়ক : জাপান উপকূললৈ লক্ষ্য কৰি উত্তৰ কোৰিয়াৰ বেলেষ্টিক ক্ষেপনাস্ত্ৰ নিক্ষেপ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং