Breaking: শ্বাৰ্জিল ইমামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

পূৰ্বেও শ্বাৰ্জিলক ৪ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে

0
42

JNUৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিল ইমামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। আজি পুৱা শ্বাৰ্জিল ইমামক GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিল। স্বাস্থ্য পৰীক্ষাৰ পিছত অপৰাধ অনুসন্ধান শাখাৰ কাৰ্যালয়লৈ লৈ যোৱা হয় শ্বাৰ্জিলক। শ্বাৰ্জিলক অপৰাধ অনুসন্ধান শাখাই চলাই জেৰা।

পূৰ্বেও শ্বাৰ্জিলক ৪ দিনৰ জিম্মাত লৈছিল আৰক্ষীয়ে। আজি আদালতত হাজিৰ কৰোৱা হয়। জেৰাত শ্বাৰ্জিলৰ পৰা আৰক্ষীয়ে বহু তথ্য লাভ কৰিছে। ২০ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ অনা হৈছিল শ্বাৰ্জিল ইমামক।

Photo: Time8