26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ছানী লিয়নীক কৰিলে অনুসৰণ, নাঙঠ শৰীৰক এটা টুপিৰে ঢাকি এইগৰাকী অভিনেত্ৰীয়েও উঠিলে ফটো

    ছানী লিয়নীক কৰিলে অনুসৰণ, নাঙঠ শৰীৰক এটা টুপিৰে ঢাকি এইগৰাকী অভিনেত্ৰীয়েও উঠিলে ফটো

    সদ্যহতে ছানী লিয়নীয়ে এক ফটোশ্বুট কৰিছিল। য’ত ছানীয়ে নগ্ম শৰীৰ এটা ডাঙৰ টুপিৰে ঢাকি ৰাখিছিল। যি ফঠো অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত দিয়াৰ পিছতে অতিকে ভাইৰেল হৈ পৰিছিল। পিছে সেই ফটোৰ পিছতে অন্য় এগৰাকী অভিনেত্ৰীয়েও তেনেই এক ফঠো শ্বেয়াৰ কৰে।

    View this post on Instagram

    A post shared by Sunny Leone (@sunnyleone)

    যি জুই দৰে ভাইৰেল হৈ পৰে। অভিনেত্ৰীগৰাকী হৈছে শ্বমা ছিকণ্ডৰ। তেখেতেও ছানীৰ দৰে নিজৰ নগ্ম শৰীৰ এটা টুপিৰে ঢাকি ৰাখি ফটো উঠিছে। যি দেখি বহুতেই সেই ফটোৰ প্ৰশংসা কি কিছুৱে সেয়া ছানীৰ লগতো তুলনা কৰি তাতোকৈয়ো ভাল হোৱা বুলি প্ৰশংসা কৰিছে।

    ছানীয়ে এক বাহ্যিক পৰিৱেশত ফটো শ্বুটেই কৰিছিল ভাৰতৰ অন্যত ফটোগ্ৰাফাৰ ডাবু ৰত্নানিৰ সৈতে। আনহাতে শ্বমা ছিকণ্ডৰে সেয়া আভ্যন্তৰিণ ফটো উঠিছিল।

    View this post on Instagram

    A post shared by Shama Sikander (@shamasikander)

    বৰ্তমানে শ্বমা নিজৰ প্ৰেমিকৰ সৈতে নিউয়ৰ্কত সময় অতিবাহিত কৰি আছে। শ্বমাই ইয়াৰ পূৰ্বেও নিজৰ অৰ্ধ নাঙঠ ফটো নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছিল।

    আৰু পঢ়ক : মুখত কলম লৈ ফুটবল খেলে স্বপ্ননীলে! ইণ্ডিয়া বুক অফ ৰেকৰ্ডচ আৰু এচিয়া বুক অফ ৰেকৰ্ডচত স্থান…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং