29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    জঘন্য! কণমানি নাতিনীয়েকক শাৰীৰিক নিৰ্যাতন চলালে ৬৬ বছৰীয়া বৃদ্ধই…

    জঘন্য! কণমানি নাতিনীয়েকক শাৰীৰিক নিৰ্যাতন চলালে ৬৬ বছৰীয়া বৃদ্ধই…

    নিশা বঙাইগাঁৱত পুনৰ সংঘটিত মানৱ সমাজক লজ্জানত কৰা ঘটনা। নিজ কন্যাই তৰিলে পিতৃৰ বিৰুদ্ধে গোচৰ।এই ঘটনা সংঘটিত হৈছে সদৰ চহৰখনৰ মিছন ৰোড এলেকাত।

    পাষণ্ড পিতৃ যোগেন বনিক্যই(66) নিজ কনমানি নাতিনীয়েকক চলায় শাৰীৰিক নিৰ্যাতন। এই কথা পোহৰলৈ অহাৰ লগে লগে পাষণ্ড যোগেনৰ নিজ কন্যাই যোগেনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

    বঙাইগাঁও সদৰ থানাত ৫০২/ ২১ নম্বৰত গোচৰ ৰজু কৰে আৰু আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে যোগেন বনিক্যক ।

    ইনপুুট; উত্তম কুমাৰ বৰ্মন

    আৰু পঢ়ক :  নাৰী শক্তি! বিগত ৮ বছৰ ধৰি ২৫ গৰাকীকৈ মহিলাই নিশা পহৰা দিয়ে এখন গাঁৱত; কাৰণ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং