
নগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড ! দুৰ্বৃত্তই ঘপিয়াই হত্যা কৰিলে শিক্ষকক
নগাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে| নগাঁৱৰ বেলতলিত দুৰ্বৃত্তৰ দাৰ ঘাপত প্ৰাণ গ’ল শিক্ষকৰ |
দুৰ্বৃত্তই হত্যা কৰা শিক্ষক জনৰ নাম মজিবুৰ ৰহমান | নিহত শিক্ষকজনৰ মুৰ , ডিঙি, পিঠিত দাৰে আক্ৰমণ কৰে দুৰ্বৃত্তই |
ঘটনাটো সংঘটিত কৰিয়েই দুৰ্বৃত্তই পলায়ন কৰে বুলি জানিব পৰা গৈছে |
হত্যাকাণ্ডটোক লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যই বিৰাজ কৰিছে |