18.7 C
Guwahati
Wednesday, January 12, 2022
More

    দ্বিতীয় খণ্ড- বাঘজানৰ ক্ষোভৰ জুই

    জুইৰ লেলিহান শিখা উত্তাপে কিমান পোৰে সেয়া বাঘজানৰ ভুক্তভোগীৰ বাদে কোনে জানে | তৈলখাদত বিস্ফোৰণৰ পাছত সূত্ৰপাত হোৱা জুইকুৰাই ইতিমধ্যেই ক্ষোভৰ উমি ইমি জ্বলা জুইকুৰাতো ইন্ধন যোগাইছে |