
এগৰাকী শিক্ষকৰ মহানুভৱতা। শিক্ষাৰ্থীক অধ্যয়ণৰ প্ৰতি সজাগ কৰিবলৈ নিজৰ স্কুটীতে স্থাপন কৰিলে মিনি পুথিভঁৰাল।
দেশজুৰি কৰ’ণা ভাইৰাছৰ তাণ্ডৱ। ইয়াৰ মাজতে মধ্য প্ৰদেশৰ এগৰাকী চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ প্ৰশংসনীয় পদক্ষেপে সকলোৰে দৃষ্টি নিবদ্ধ কৰিছে। চন্দা শ্ৰীবাস্তৱ নামৰ শিক্ষয়িত্ৰীগৰাকীয়ে গাঁৱে গাঁৱে শিক্ষাৰ্থীসকলক কিতাপ বিলোৱাৰ লগত গছৰ তলত পাঠদান কৰাইছে।
শিক্ষয়িত্ৰীগৰাকীৰ এই পদক্ষেপক শিক্ষাৰ্থীসকলৰ পৰিয়ালে সলাগ লৈছে।শিক্ষাৰ্থীসকলে শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰতিদিনে এনেদৰে পাঠদান কৰাক লৈ কৃতজ্ঞতা জ্ঞাপন কৰে।
আৰু পঢ়ক : ভয়ংকৰ দুৰ্ঘটনাঃ গ্লেমাৰ আৰু কাৱাচাকি বাইকৰ মুখামুখি সংঘৰ্ষ, এজন নিহত