35 C
Guwahati
Wednesday, October 13, 2021
More

    ৰাজপথতে এগৰাকী প্ৰধান শিক্ষকক ধৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ বহু লোকৰ, কাৰণ জানিলে আপোনাৰো হাত উঠিব

    ৰাজপথতে এগৰাকী প্ৰধান শিক্ষকক ধৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ বহু লোকৰ, কাৰণ জানিলে আপোনাৰো হাত উঠিব

    ৰাজপথৰ মাজতে এগৰাকী প্ৰধানশিক্ষকক বহু লোকে বাট আগুছি ধৰি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। আনকি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি নিয়াৰ পিছতো উত্তেজিত জনতাই প্ৰহাৰ কৰিবলৈ এৰি নিদিয়ে প্ৰধানশিক্ষকগৰাকীক।

    এই ঘটনা বিহাৰৰ কাটিহাৰ জিলাৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ। ৰাইজৰ অভিযোগ শিক্ষাদানৰ অচিলা লৈ ছাত্ৰীক যৌন নিৰ্যাতন প্ৰধানশিক্ষকৰ। পোক্সো আইনৰ আধাৰাত প্ৰধানশিক্ষকগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে।

    চতুৰ্থ শ্ৰেণীৰ ১২ বৰ্ষীয় এগৰাকী নাবালিক ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ। সাক্ষীকাৰীৰ ভাষ্যৰ ওপৰতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰধানশিক্ষকগৰাকীক। ঘটনা সন্দৰ্ভে খবৰ লাভ কৰা মাত্ৰেই সাক্ষীকাৰীয়ে এটা কোঠাৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে লম্পট প্ৰধানশিক্ষকক।

    স্থানীয় ৰাইজে এই বিষয়ে জানিব পৰাৰ লগে লগে ঘটনা স্থলীত উপস্থিত হৈ গুৰুলাগুৰুলকা প্ৰহাৰ কৰে প্ৰধানশিক্ষকগৰাকীক। আৰক্ষীয়ে কোনোমতে উত্তেজিত জনতাৰ হাতৰ পৰা ধৰি নিয়ে প্ৰধানশিক্ষকক।

    আৰু পঢ়ক : নিশা টকা বিচাৰি ব্ৰয়লাৰ মুৰ্গীৰ বাহনক খেদি গৈ দুৰ্ঘটনাত পতিত আৰক্ষীৰ বাহন, চালকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং