25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    গ্ৰাহকৰ ধন সুৰক্ষিত কৰি ৰাখিবলৈ এইবাৰ বিনোদৰ জৰিয়তে SBI য়ে দিলে বাৰ্তা

     বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটি নাম বিনোদ ।

    সকলোৰে পৰিচিত নাম হৈ পৰিছে বিনোদ ।

    ফেচবুক , ইনচষ্টাগ্ৰাপ উপৰিও টুইটাৰতো বিনোদৰ নামত টুইট কৰা পৰিলক্ষিত ।

    বাৰ্তা পঠোৱাৰ পৰা আৰম্ভ কৰি ফেচবুকৰ ফটোত কমেন্ট দিয়ালৈকেও ব্যৱহাৰ হৈছে বিনোদৰ নাম।

    এইবাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াই বিনোদৰ জৰিয়তে গ্ৰাহকৰ বাবে বাৰ্তা প্ৰেৰণ কৰিছে ।

    অনলাইন বেংকিঙৰ ক্ষেত্ৰত জনতাক সুৰক্ষিত কৰিবলৈ এইবাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াই অন্য ধৰণে টুইট কৰা দেখা যায় ।

    বেংকটোৱো লিখিছে যে,” বিনোদে ছচিয়েল মিডিয়াত নিজৰ নাম শ্বেয়াৰ কৰি ভাল পইছিল, কিন্তু কেতিয়াও বেংকৰ  তথ্য পাতি শ্বেয়াৰ কৰা নাছিল । বিনোদৰ দৰে হওক ”।

    photo credit :The statesman

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং