25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ষ্টেট বেংকত একাউণ্ট আছে নেকি! তেন্তে এতিয়াই কৰক এই কাম, ৩০ জুন শেষ সময়, অন্যথা একাউণ্ট হৈ পৰিব বন্ধ

    ষ্টেট বেংকত একাউণ্ট আছে নেকি! তেন্তে এতিয়াই কৰক এই কাম, ৩০ জুন শেষ সময়, অন্যথা একাউণ্ট হৈ পৰিব বন্ধ

    দেশৰ সকলোতকৈ ডাঙৰ বেংক ষ্টেট বেংকত যদি আপোনাৰ একাউণ্টট আছে, তেন্তে অনতিপলমে কৰক এক বিশেষ কাম। বেংকৰ ফালৰ পৰা সদৰি কৰা হৈছে অন্তিম দিন। অন্যথা আপোনাৰ একাউণ্টটো বন্ধ কৰি দিয়া হব।

    ৩০ জুন শেষ সময় বুলি ধৰি দিছে ষ্টেট বেংকৰ ফালৰ পৰা। তাৰ পিছত বেংকৰ সকলো লেন দেন বন্ধ হৈ পৰিব।

    বেংকৰ একাউণ্টৰ সৈতে পান কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ বাবে শেষ সময় বান্ধি দিছে। ৩০ জুনলৈকে যদি পান আৰু আধাৰ কাৰ্ড সংযোগ নকৰে তেন্তে ফ্ৰীজ হৈ পৰিব আপোনাৰ একাউণ্ট। কৰিব নোৱাৰিব কোনো ধৰণৰ লেন দেন।

    আপোনাৰ নিজৰ টকা উলিওৱাতো অসমৰ্থ হব। লাভ নকৰিব কোনো ধৰণৰ চৰকাৰী সহায় অথবা কোনো চাবচিডি।

    আৰু পঢ়ক : ককায়েকৰ জন্মদিনৰ প্ৰস্তুতি চলাই থাকোতেই কনমানি ভনীয়েকক লৈ গ’ল বাঘে, পিছদিনা উদ্ধাৰ শৰীৰৰ অংগ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং