23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ মৃত্যুত শোক প্ৰকাশ সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ

    আজি শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনে। বৰ্মনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    টুইটাৰৰ জৰিয়তে মুখ্য মন্ত্ৰী গৰাকীয়ে ভূমিধৰ বৰ্মনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে।

    মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ও টুইটাৰৰ জৰিয়তে গভীৰ শোক প্ৰকাশ কৰে।

    https://twitter.com/himantabiswa/status/1383782377

    ভূমিধৰ বৰ্মন ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা আছিল। ১৯৯৬ৰ ২২ এপ্ৰিলৰ পৰা ১৯৯৬ৰ ১৪ মে’লৈ আছিল মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।‌ অসম বিধানসভালৈ সাতবাৰকৈ সদস্য নিৰ্বাচিত হৈছিল।

    ১৯৬৭চনত প্ৰথমবাৰৰ বাবে বিধানসভাৰ সদস্য হিচাপে হৈছিল নিৰ্বাচিত।

    ১৯৩১চনৰ ১২ অক্টোবৰত নলবাৰী জিলাৰ বেলশৰ গাঁৱত জন্মপিতৃৰ নাম আছিল ভকতৰাম বৰ্মন আৰু মাতৃৰ নাম মঠোপ্ৰিয়া বৰ্মন।

    আৰু পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং