26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    প্ৰতিৱেশী মহিলাৰ আক্ৰমণত থিতাতে চামগুৰিৰ নিহত বিমলা !


    চামগুৰিৰ বৰজুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড, থিতাতে নিহত এগৰাকী মহিলা।
    প্ৰতিবেশী মহিলাৰ আক্ৰমণত নিহত বিমলা চাওঁতাল।
    চোকা অস্ত্ৰৰে চনিয়া গড়ঁৰে উপৰ্যুপৰি আক্ৰমণ কৰিছিল মহিলা গৰাকীক।
    শালনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত হত্যাকাৰী চনিয়াক।
    দুয়োৰে মাজত কি বিষয়ত কাজিয়াৰ সুত্ৰপাত হৈছিল চুবুৰীয়া অজ্ঞ।

    Inputt:BATSSAM NZ HOQUE

    আৰু পঢ়ক : গোলাঘাটত আজিৰ দিনটোত ১৮০ গৰাকী লোক‌ আক্ৰান্ত কৰ’ণাত, ৮ জনৰ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং