22 C
Guwahati
Friday, February 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সমবায়ত বেগে বেগে চাউলৰ চোৰাং ব্যৱসায়ঃ সুলভ মূল্যৰ দোকানী আমজাদ আলীক বহিষ্কাৰ

    দলৰঙৰ দলগাঁৱৰ সমবায়ত চাউল চোৰৰ সন্ত্ৰাস। বেগে বেগে চাউল চোৰ কৰি চোৰাং ভাৱে বিক্ৰী কৰিবলৈ গৈ অথন্তৰ সুলভ মূল্যৰ দোকানীৰ।

    দৰং জিলাৰ দলগাঁও বিধান সভা সমষ্টিৰ কল্যাণ সমবায় সমিতিখনৰ সুলভ মূল্যৰ দোকানী আমজাদ আলীয়ে হিতাধিকাৰীৰ ৭০ বেগ চাউল হিতাধিকাৰীক বিতৰণ কৰাৰ বাবে চহী কৰি লৈ গৈ চোৰাংকৈ বিক্ৰী কৰিবলৈ যাওঁতে ধৰা পৰে ৰাইজৰ হাতত।

    ৰাইজে ট্ৰাক ভৰ্তি চাউল আৰু সুলভ মূল্যৰ দোকানী আমজাদ আলীক আৰক্ষীক চমজাই দিয়ে। লগতে দোকানীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ দাবী জনায়।

    সমবায় সমিতিখনে সুলভ মূল্যৰ দোকানী আমজাদ আলীক বহিষ্কাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

    আৰু পঢ়ক : গীত পৰিৱেশন কৰা অৱস্থাতেই মঞ্চৰ পৰা বাগৰি পৰিল দেৱজিৎ সাহা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং