20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৃষক আন্দোলন সন্দৰ্ভত কি ক’লে অভিনেতা ছলমান খানে!

    কৃষক আন্দোলন এতিয়াও অব্যাহত আছে। কৃষক আন্দোলনত লৈ বিদেশী চেলিব্ৰেটীয়েও নিজৰ পক্ষ ৰাখিছে। ভাৰতীয় অভিনেতা অভনেত্ৰীয়েও এই আন্দোলনক লৈ মন্তব্য আগবঢ়োৱা দেখা যায়।

    ইয়াৰ মাজতে বলিউডৰ অভিনেতা ছলমান  খানেও নিজৰ মন্তব্য আগবঢ়োৱা দেখা যায়। এটি অনুষ্ঠানত কৃষক আন্দোলনৰ ওপৰত ছলমানৰ স্থিতি জানিব বিচৰা হৈছিল। তেতিয়াই ছলমানে নিজৰ মন্তব্য প্ৰকাশ কৰে।

    কৃষক আন্দোলন সম্পৰ্কে ছলমানে কয় যে ”শুদ্ধটো হ’ব লাগে । একদম শুদ্ধ সিদ্ধান্ত হ’ব লাগে। সিদ্ধান্ত উপযুক্ত হ’ব লাগে”। উল্লেখ্য যে, ছলমানে এনেদৰে অতি কৌশলগতভাৱে এই আন্দোলনৰ ওপৰত নিজৰ মন্তব্য প্ৰকাশ কৰে ।

    আৰু পঢ়ক : ২০২১ চনৰ বাজেটত ভাৰতীয় সেনা সকলৰ লগত বিশ্বাসঘাটকতা কৰা হৈছে: ৰাহুল গান্ধী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    কৰ'ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা। এদিনত অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত।