ভাৰতলৈ আহিল মহাকৱচ, শত্ৰু পক্ষৰ বাবে ভয়ৰ কাৰণ, চকুৰ পলকতে কৰি দিব তচনচ

0
172
ভাৰতলৈ আহিল মহাকৱচ, শত্ৰু পক্ষৰ বাবে ভয়ৰ কাৰণ, চকুৰ পলকতে কৰি দিব

ভাৰতবৰ্ষৰ বায়ুসেনাৰ মহাকৱচ আহি পালে। ৰাছিয়াৰ পৰা ভাৰত আহি পালে মহাকৱচ এছ-৪০০ মিছাইল।

এতিয়া শত্ৰু পক্ষৰ বাবে ভয়ৰ কাৰণ হব ভাৰতবৰ্ষত আক্ৰমণ কৰিবলৈ চিন্তা কৰিলে। চকুৰ পলকতে শত্ৰু পক্ষৰ আক্ৰমণক তচনচ কৰিব পৰা ক্ষমতা আছে এই এছ-৪০০ মিছাইলৰ।

ইয়াৰ প্ৰথমটো বেট্ছ পাঞ্জাৱত স্থাপন কৰা হৈছে। এই মিছাইৰ আগমনে ভাৰতৰ বায়ু প্ৰতিৰক্ষা বাহিনীৰ বাবে এক অভেদ্য শক্তিত পৰিণত।

প্ৰাপ্ত খবৰ অনুসৰি বৰ্তমানে সেনাবাহিনীয়ে ইয়াৰ বাবে প্ৰশিক্ষণ লৈ আছে। প্ৰশিক্ষণ সম্পূৰ্ণ হৈ উঠিলে বিশ্বৰ অন্যতম শক্তিশালী সেনাবাহিনীত পৰিণত হব ভাৰতীয় সেনা

আৰু পঢ়ক : ভয়ংকৰ! প্ৰথমে হত্যা কৰিলে পত্নীসহ ৩ সন্তানক, পিছত গাড়ীৰ আগত পৰি আত্মহত্যা, কাৰণ…