20 C
Guwahati
Saturday, December 4, 2021
More

    ৰাছিয়ান সেনাৰ ওঠত ‘এ বতন হমকো তেৰী কছম…’, Video ভাইৰেল

    ২৭ ছেকেণ্ডৰ এই ভিডিঅ'টোত ভাৰতীয় সেনাৰ বিষয়াকো প্ৰত্যক্ষ কৰা হৈছে

    ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’ত দেখা পোৱা গৈছে যে কেনেদৰে ৰাছিয়ান সেনাৰ কেডেটছসকলে ‘এ বতন…হমকো তেৰী কছম’ গীতটো গাই তাৰ তালে তালে নাচি উঠিছে। ২৭ ছেকেণ্ডৰ এই ভিডিঅ’টোত ভাৰতীয় সেনাৰ বিষয়াকো প্ৰত্যক্ষ কৰা হৈছে। ভিডিঅ’টোত কেডেটছসকলে ভাৰতৰ এই দেশভক্তি গীতটো গুণগুণোৱা দেখা গৈছে। এই ভিডিঅ’টো কেতিয়া বা কৰ হয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

    ইয়াৰ পূৰ্বেও আমেৰিকাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। এইটোৱেই প্ৰথম ভিডিঅ’ নহয় য’ত বিদেশী সেনা জোৱানে ভাৰতৰ গীতত নাচি থকা দেখা গৈছে। ভাৰতত সেনা প্ৰশিক্ষণৰ সময়ত কেইবাখনো দেশৰ জোৱানে বলীউড আৰু দেশভক্তি গীতত নচা দেখা গৈছে।

    চাওক VIDEO

    Sweetest sounds from across the 7 seas..Russian Cadets singing “Aae Watan, aae watan, hum ko teri kasam”.Seen in the video is also Brig Pushkar, our Military Attache to Russia, singing along..

    Posted by Heroes in Uniform on Friday, November 29, 2019

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং