26 C
Guwahati
Thursday, September 16, 2021
More

    ৰূপহীহাটত গুলীচালনাৰ ঘটনা, ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিতেই আহত কেইবাজনো

    ৰূপহীহাটত গুলীচালনাৰ ঘটনা, ভূমিকেন্দ্ৰিক সংঘাতৰ পৰিণতিতেই আহত কেইবাজনো

    ৰূপহীহাটৰ লাওখোৱা চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত মুচলেম চাপৰিত গুলিচালনাৰ ঘটনা।

    চৰাঞ্চলত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অবৈধ মাৰণাস্ত্ৰৰ জনজননি।

    ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতিত এই ঘটনা সংঘটিত হয়।

    ভূমিকেন্দ্ৰিক সংঘাতৰ ফলত গুৰুতৰ ভাবে আহত পাচঁজনকৈ লোক।

    অভিযোগ অনুসৰি গুলজাৰ হুছেইনৰ নেতৃত্বত ৯-১০ জনীয়া দুৰ্বৃত্তৰ চলাইছিল আক্ৰমণ।

    হাতে হাতে পিষ্টল আৰু চোকা অস্ত্ৰ লৈ চলাইছিল হজৰত আলীৰ পৰিয়ালৰ ওপৰত।

    আক্ৰমণৰ সময়ত শুন্যলৈ গুলিচালনা কৰে দুৰ্বৃত্তৰ দলে।

    গুলিচালনা কৰি ডেৰ লক্ষাধিক টকা লুটপাট চলায় দুৰ্বৃত্তৰ দলটোৱে।

    input: Muksidul hoque

    আৰু পঢ়ক : আচৰিত! নাছিল কোনো লক্ষ্যণ, ২মাহতে সন্তান জন্ম দিলে ২০ বছৰীয়া এগৰাকী মহিলাই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং