34 C
Guwahati
Wednesday, October 13, 2021
More

    দেশ বিভাজনৰ সময়ত পাকিস্তানলৈ যোৱা মুছলমানৰ পাকিস্তানত কোনো সন্মান নাই : মোহন ভাগৱত

    ৰাষ্ট্ৰীয় স্বয়ংসেৱাক সংঘৰ প্ৰধান মোহন ভাগৱতে মঙলবাৰে দেশ বিভাজনৰ পাছত পাকিস্তানলৈ যোৱা মুছলমান ধৰ্মৰ লোক সকলৰ প্ৰসংগত মত ব্যক্ত কৰিছে।

    দেশ বিভাজনৰ পাছত পাকিস্তানলৈ যোৱা মুছলমান সকলৰ প্ৰসংগত মত ব্যক্ত কৰি মোহন ভাগৱতে পাকিস্তানলৈ যোৱা মুছলমান সকলৰ পাকিস্তানত কোনোধৰণৰ সন্মান নাই বুলি উল্লেখ কৰে।

    ভাগৱতে ভাৰতত এক স্বাধীন আৰু স্বতন্ত্ৰ সংস্কৃতি আছে বুলি উল্লেখ কৰি এয়াই ভাৰতৰ মহান সাংস্কৃতিক ঐতিহ্য বুলি লগতে কয়।

    “সংস্কৃতিয়ে আমাক একত্ৰিত কৰি ৰাখে আৰু এয়াই হৈছে মহান হিন্দু সংস্কৃতি,” মোহন ভাগৱতে কয়।

    এক অনুষ্ঠানত অংশগ্ৰহণ কৰি মোহন ভাগৱতে এইদৰে পাকিস্তানত থকা ভাৰতীয় মূলৰ নাগৰিক সকলৰ সম্পৰ্কত মত প্ৰকাশ কৰে।

    আৰু পঢ়ক : স্পা কৰিবলৈ যোৱা যুৱতীক অশ্লীলভাৱে স্পৰ্শ কৰাৰ অভিযোগ, পাৰ্লাৰত আছুৱে লগালে তলা…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং