দিনদুপৰতে গ্লাচ ভাঙি গাড়ীৰ পৰা লুটিলে ৫ লাখ

হোজাই চেন্ট্ৰেল শ্বপিং ম'লৰ সন্মুখত‌ ঘটে এই ঘটনা

0
62

হোজাই চহৰৰ মাজ মজিয়াত দিনদুপৰতে ডকাইটি। হোজাই চেন্ট্ৰেল শ্বপিং ম’লৰ সন্মুখত‌ ঘটে এই ঘটনা। ৱাগানাৰ বাহনৰ গ্লাচ ভাঙি অচিনাকী দুৰ্বৄত্তই কাঢ়ি নিলে ৫ লাখ টকা।

বাহন খন আছিল জিলা পৰিষদৰ। ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক।

Photo credit: @biswajit-chakraborty