29 C
Guwahati
Thursday, October 21, 2021
More

    Breaking: শিৱসাগৰত মেজিক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ৯

    ট্ৰাকখনৰ নম্বৰ AS 04 BC 2070 আৰু মেজিকৰ নম্বৰ AS 04 AC 8558

    যাত্ৰীবাহী মেজিক আৰু অ’এনজিচিৰ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ।চেৰেকাপাৰৰ শনিবৰীয়া বজাৰৰ সন্মুখত এই ঘটনা। আজি আছিল সাপ্তাহিক বজাৰৰ দিন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত চালকসহ মেজিকৰ ৯ জন যাত্ৰী।স্থানীয় ৰাইজৰ প্ৰচেষ্টাত চিকিৎসালয়লৈ প্ৰেৰণ।

    ট্ৰাকখনৰ নম্বৰ AS 04 BC 2070 আৰু মেজিকৰ নম্বৰ AS 04 AC 8558। শিমলুগুৰিৰ পৰা যাত্ৰী লৈ শিৱসাগৰলৈ আহিছিল মেজিকখন। শিৱসাগৰৰ পৰা নাজিৰা অভিমুখী আছিল ট্ৰাকখন৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন ট্ৰাকৰ চালক-হেণ্ডিমেনৰ৷

    Photo Credit:@sanjaypareek

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং