নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা কালভাৰ্টত প্ৰচণ্ড খুন্দ আলট্ৰা বাছৰ, কেইবাগৰাকী যাত্ৰী আহত

0
9081

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা কালভাৰ্টত প্ৰচণ্ড খুন্দ আলট্ৰা বাছৰ, কেইবাগৰাকী যাত্ৰী আহত।

কাজিৰঙাৰ দিৰিং চাৰিআলীত এই ভয়ংকৰ পথ দূৰ্ঘটনাটো সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা কালভাৰ্টত প্ৰচণ্ড খুন্দা মাৰে যাত্ৰীবাহী আল্ট্ৰা বাছখনে।

দূৰ্ঘটনাটোৰ ফলত আহত হৈছে কেইবাগৰাকী যাত্ৰী।

জানিব পৰা মতে, দুৰ্ঘটনাৰ পতিত বাছখন তেজপুৰৰ পৰা ডিমাপুৰ অভিমুখী আহি আছিল। বাহনখনৰ নম্বৰ AS05AC1116.

আনহাতে ঘটনাস্থলীত উদ্ধাৰ অভিযানত নামি পৰিল মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ।

Input and Photo – Kishan Chetry