27 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ শূণ্যলৈ গুলিচালনা

    দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি, আৰক্ষীৰ শূণ্যলৈ গুলিচালনা কৰিবলৈ বাধ্য হয়। পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাই। নিশাই সান্ধ্যআইনৰ পিছতো ৰাজপথলৈ ওলাই আহে শ শ লোক।

    নগাঁও জিলাৰ চামগুৰিৰ কাৱৈমাৰিত সংঘটিত হৈছে এই উত্তপ্ত পৰিস্থিতিৰ। এক দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই পৰিস্থিতি নিয়ন্ত্ৰৰ বাহিৰ হৈ যায়। যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনিবলৈ কাৱৈমাৰি আৰক্ষীৰ শূণ্য লৈ গুলি চালনা।

    এটা দূৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। AS02R1485 নম্বৰৰ ব’লেৰো বাহনখনে বিদ্যুতৰ খুটাত খুন্দা মৰাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে। লগে লগে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ পলায়ন কৰে দূৰ্ঘটনাগ্ৰস্ত ব’লেৰ বাহনখনৰ চালক সহ অন্য লোক।

    সান্ধ্য আইন চলি থকা সময়ত এনেদৰে বাহন লৈ ওাই আহি দুৰ্ঘটনাত পতিত , পিছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ লব যাওতেই ওলোটাই আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাই দুষ্ট চক্ৰটোই।

    যাৰ বাবে শূণ্যলৈ গুলি চলাই আৰক্ষীয়ে, লগে লগে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বাহনখনৰ লেক কেইজনে। দুৰ্ঘটনাৰ পিছতে ৰাজপথলৈ ওলাই আহে শ শ ৰাইজ।

    Input and Photo- BATSSAM NZ HOQUE

    আৰু পঢ়ক : কিদৰে মৃত্যু হ’ল শ শ চৰাইৰ! মৃত্যু সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ বনমন্ত্ৰীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং